top of page

ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন

ৰাভাদেৱৰ গীত কবিতা নাটকত সংগ্ৰামৰ প্ৰচণ্ড লহৰ, শোষিত জনতাৰ প্ৰাণত জাগ্ৰত জুই বিপ্লৱৰ।

কৃষক-শ্ৰমিক একত্ৰ বলেৰে সমাজৰ আমূল পৰিৱৰ্তন, সুস্থ সবল সমাজ প্ৰতিষ্ঠা ৰাভাদেৱৰ জীৱন দৰ্শন।

ৰাভাদেৱৰ সমন্বয়ৰ স্বপ্ন এতিয়া ছিন্ন বিচ্ছিন্ন হ’ল, নগা-খাচী-মিজো আদি অসমৰ পৰা বিভক্ত হ’ল।

ৰাভাদেৱৰ মহান আদৰ্শক সহৃদয়ে সৰোগত কৰি, জনগোষ্ঠীৰয় লোকক মৰ্যাদা দিওঁ বাধাৰ প্ৰাচীৰ তৰি।

তেতিয়াহে থাকিব বৈচিত্ৰময় অসমভূমি সপোনৰে, জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা ঐক্য-সম্প্ৰীতি এনাজৰীৰে।

0 views0 comments

Related Posts

See All
bottom of page