top of page

প্ৰেম বিৰোধী মই

  • Apr 24, 2022
  • 1 min read

প্রেম বিৰোধী মই, ক’লে বেয়া পাবা নেকি! দিয়া পিছে,আজি অলপ সত্য শুনা! সত্য ক’লে বেয়া পাবা নেকি! আজিৰ প্ৰেম ব্যবসায় ! বিক্ৰী হয়, “OYO” নামৰ বাণিজ্যিক সংস্থানত! মোৰ কথাবোৰ কঠোৰ ন?? ক’লে বেয়া পাবা নেকি! মন আছে,মানসিকতা নাই। হৃদপিন্ড আছে ,কিন্তু আবেগ নাই! আজিৰ যৌনতাত! মৌনতা আৰু ত্যাগত বিশ্বাসী মই! সেয়েই প্ৰেম বিৰোধী মই! ক’লে বেয়া পাবা নেকি??

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page