top of page

ধৈৰ্য্য

কি সাধ্য কি অসাধ্য, লক্ষ্যও তোমাৰ পদধূল; চুম্বন কৰিবলৈ বাধ্য। ধৈৰ্য্যৰ যি অফুৰন্ত সাধক, তেঁৱে সুস্থিৰ মনোবলৰ বাহক।

ঘাত-প্ৰতিঘাত জীৱনত অনেক-অজস্ৰ, ধৈৰ্য্যই জীৱন যুদ্ধত একমাত্ৰ নিপুণ অস্ত্ৰ।

ধৈৰ্য মানৱীয় গুণাধিকাৰী প্ৰত্যেক জীৱনৰ মূলমন্ত্ৰ। ধৈৰ্য্য বিনে নাই সাধনা-ধ্যান, ধৈৰ্য্যশীল সাধনাত পায়; সকলোৱে মুক্তিৰ জ্ঞান। ধৈৰ্য্যই জীৱনত বিফলতা কৰে দূৰ, লক্ষ্যধাৰী জীৱনত যোগাই নতুন সুৰ।

0 views0 comments

Related Posts

See All
bottom of page