top of page

তোমাৰ আগমনে

যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা জীৱনে মেলানি মগাৰ মুহূৰ্তত তোমাৰ আগমনে মৰহি যোৱা প্ৰাণত নৱ উদ্যমৰ সজীৱতাৰ পৰশ ঢালিলে|

কংক্ৰিটময় জীৱনত জীৱই জীৱক কৰা প্ৰতাৰণা বোৰ দেখি, জীৱনৰ প্ৰতি বিতৃষ্ণা ওপজাৰ পৰতে তোমাৰ আগমনে হৃদয়ত, একাঁজলী শান্তিৰ নিজৰা বোৱালে…|

তোমাৰ আগমনৰ সুকোমল পৰশে এই জীৱনক আজি আকৌ এবাৰ এটি নতুন জীৱন দিলে।

1 view0 comments

Related Posts

See All
bottom of page