জাগ জাগ অসমীয়া বজা ৰণতুৰ্য্য
- Dec 22, 2020
- 1 min read
জাগ জাগ জাগ অসমীয়া বজা ৰণতুৰ্য্য কৰিবই লাগিব তই আজি যুদ্ধ দেশদ্ৰোহী শত্ৰুক নকৰিলে আজি স্তব্ধ নৰ’ব অসমীয়াৰ খিলঞ্জীয়া অস্তিত্ব
জনজাগৰণৰ অগ্নিময় হুংকাৰ তুলি কপাঁবই লাগিব তই পৃথিৱীৰ বক্ষ অসমত অসমীয়া বাছি নেথাকিব সবংশে শত্ৰুক তই নকৰিলে বিধ্বংস
অনিৰ্বাৰ আগুৱান হ হ অসমীয়া ধ্বংস কৰ বঙাল বিদেশী শত্ৰুৰ লক্ষ্য দুৰ্মদ বীৰত্বৰে দে দুৰ্বাৰ অক্লান্ত যুদ্ধ নহ’লে অসমীয়াৰ ধ্বংস অনিবাৰ্য
বৰ্জন কৰ বৰ্জন কৰ সেই ভুৱা গণতন্ত্ৰ বিধ্বস্ত কৰে যি অসমীয়াৰ অস্তিত্ব যুগে যূগে মুৰ্খামী কৰাৰ আৰু সময় নাই আত্মবিশ্লেষণেৰে নিজক কৰ শুদ্ধ
নহ’লে অসমীয়াৰ অস্তিত্বৰ ধ্বংস অনিবাৰ্য অনিবাৰ্য অনিবাৰ্য




Comments