উদাস হতাশ আঘোনৰ আবেলি
- Dec 24, 2020
- 1 min read
আঘোনৰ নিৰিবিলি সোনোৱালী পথাৰত হেঙুলীয়া হেমন্তৰ হেঙুল হাইতাল সনা ৰ’দ
বিষাদ বিষাদ উদাস উদাস হতাশ হতাশ উৰুঙা উৰুঙা ৰমনীয় ৰান্ধনী ৰ’দ
অজান বেদনা অজানিতে বোৱাই নীৰৱে নীৰৱে উচুপে মোৰ হিয়াই কি জানো হেৰুৱালো ক’ত
The website is being updated and edited. Please share comments on contact page.

Comments