top of page

অসমৰ বীৰ লাচিত

লাচিত তুমিহে অসমৰ বীৰ তোমাৰ স্বপ্নৰ অসম হৈ থকা নাই অসম কেৱল বিশৃংখলতাৰ ভিৰ বিলুপ্তিত তোমাৰ দৰে বীৰ ৰাজনীতিৰ কৱলত হৈছে অসমৰ গতি ধীৰ। অসমৰ বিশাল মাটি তোমাৰ বিনে হৈছে ভ্ৰষ্টাচাৰৰ বিশাল ঘাটি লুইত আমাৰ গৌৰৱ নেতাৰ কথা বৰ বৰ পাৰত বিদেশীয়ে সাজিছে ঘৰ কিয়বা সকলো নিৰৱ? হে লাচিত! তোমাৰ বিনে অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে?

1 view0 comments

Related Posts

See All
bottom of page