top of page

সপোনৰ দলিছা

জিৰি জিৰি বতাহত আৱেগৰ দুকমুকনি, আশা ভৰা সংসাৰত জীৱনৰ পাটনি।

ফুটুকা ৰঞ্জনেৰে সাজিছো সপোনৰ দলিছা, সুখৰ ৰূপ দেখাই কিয় অভিমান কৰিছা?

সীমাহীন কৌতুকৰ মোৰ তিক্ত কাহিনী, তুমিও যদি নাই নাই জীৱন নাটৰ ৰাগিনী।

#assamesekobita #axomiyakobita #SahityaChorcha #sopunordolisa

0 views0 comments

Related Posts

See All
bottom of page