top of page

কবিৰ চতুৰালি

কবিতাৰ সুৰৰ ধ্বনি ছন্দই লগাই মুকুতাৰমণি অনুভৱত হৃদয় খলকণি

শব্দপ্ৰলয়ৰ মহিমা চোৱা কবিতাৰসেৰে সমাজ গঢ়ে নৱাগতক শব্দমায়াৰে বান্ধে

অনুশাসনৰ বাঘজৰীত ৰাখি মিঠাকথাৰে মানৱপ্ৰেম সিঁচি নকৰেনে কবিসকলে চতুৰালি

0 views0 comments

Related Posts

See All

Comments


bottom of page