কবিৰ চতুৰালি
- Sahitya Chorcha
- Jan 7, 2021
- 1 min read
কবিতাৰ সুৰৰ ধ্বনি ছন্দই লগাই মুকুতাৰমণি অনুভৱত হৃদয় খলকণি
শব্দপ্ৰলয়ৰ মহিমা চোৱা কবিতাৰসেৰে সমাজ গঢ়ে নৱাগতক শব্দমায়াৰে বান্ধে
অনুশাসনৰ বাঘজৰীত ৰাখি মিঠাকথাৰে মানৱপ্ৰেম সিঁচি নকৰেনে কবিসকলে চতুৰালি
Comentários