সুৱাস
- Sahitya Chorcha
- Feb 1, 2021
- 1 min read
প্ৰেমিকা আছিলি মোৰে তই নীলাঞ্জনা প্ৰেমিক মই তোৰে প্ৰেমৰ গভীৰ সাগৰৰ সমুজ্জ্বল৷ বিচৰা নাই মই কোনোদিনেই তোৰ অবহেলাক৷ বিচাৰোঁ মাথোঁ একাজলি মৰমত ডুবাই ৰখা অনুভূতিক৷ নিবিচাৰো কাহানিও মোৰ প্ৰেমক তই কৰাটো প্ৰতাৰণা৷ চাব খুজো দুহাতে সাৱটি সঁচা অনুভৱে মোক দিয়া অনুপ্ৰেৰণা৷
Comments