সাহিত্যৰ ঠিকনা বিচাৰি
- Sahitya Chorcha
- Feb 8, 2021
- 1 min read
শীতৰ সেমেকা ৰাতি কৰপৰা আহিল
অম্বিকাগিৰি
জোনৰ পোহৰত আহিছোঁ ওলাই, এখুজি দুখুজি কৈ তোমাক বিচাৰি
অম্বিকাগিৰি
ভাবত বিভোৰ হৈ উজাগৰী নৈৰ কাষত বহি পাৰ কৰিলোঁ
ওৰেতো নিশা শব্দৰ মালা গাঁঠি দেখিলো সাহিত্যৰ সপোন
বিচাৰি গ’লো কাব্যিক সাহিত্যৰ মিঠা সুৰ
প্ৰেম সাগৰত ডুবগৈ আঁকিলোঁ কোঁহে কোঁহে ফুলিব ধৰা এখন সেউজীয়া ছবি
মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত, শুনো মাথোঁ সাহিত্যৰ মিঠা সুৰ
Comentarios