অতীত ৰোমন্থন
- Sahitya Chorcha
- Jan 11, 2021
- 1 min read
বলা অতীতলৈ এভুমুকি অতীতত আছেনো কি? চাই যাওঁ এবাৰ ৰৈ জুমুকি জুমুকি।
উপলব্ধিত মাথো ৰণক্ষেত্ৰৰ নিদৰ্শন কৰোঁ দীৰ্ঘ উশাহে অতীত ৰোমন্থন।
পাৰ হৈছিলোঁ কাতৰত যথেষ্ঠ কষ্টৰ দিন আছে মাথো হৃদয়ত ঘাত প্ৰতিঘাতৰ চিন।
অমৃতৰূপে লভিছো স্মৃতিৰ মুকুতা-মণি তৎপৰ জীৱনৰ বাটত হলো অভিজ্ঞতাৰ ধনী।
Comentarios