top of page

ভোগালী

পদূলিত উখলমাখল ভোগালীৰ আখৰা৷ ঢেঁকীৰে চাবত কঁপে লাহী কঁকালৰে ভাঁজ জুৰুলিজুপুৰি কৈ তিতিছে ৰিহা আঁচলৰে আগ৷ চিৰা, পিঠা, লাৰু, মুৰি মহৰে আঠা দৈ ৷ চুঙা পিঠা, ঘিলা পিঠা, তিলৰে পিঠা লৈ আদৰিমে মাঘৰে বিহুক পৰিয়ালৰ মাজতে ৰৈ৷ মাটি মাহৰ সোৱাদেৰে,মিঠা আলুৰ মিঠাৰে,বকুল বৰা ধানৰ জলপানৰ আঠাৰে, কণজহা চাউলৰ ভাতৰে সুগন্ধি সুৱাদ লৈ৷

0 views0 comments

Related Posts

See All
bottom of page