Sahitya ChorchaJun 27, 20211 minশ্বহীদ কুশল কোঁৱৰআজি সুঁৱৰিছো তোমাক সুঁৱৰিছো তোমাৰ মহান বলিদানক, আজি গভীৰ শ্ৰদ্ধাঞ্জলিৰে সুঁৱৰিছো অসমৰ মহান সন্তানক। সামাজিক কৰ্মৰ স্বাৰ্থত নিজৰ চাকৰিও...
Sahitya ChorchaJun 27, 20211 minজীৱন শলিতাধুমুহাত গছবোৰে নাচিছে হালি জালি যেন চঞ্চলা ষোড়শী গাভৰুৰ লাহি ককাল ভাঙিছে নাচোনত। উফৰি পৰিছিল চৰাইৰ বাহবোৰ পোৱালিৰ ক্ৰন্দনত থিতাপি হেৰাই...
Sahitya ChorchaJun 26, 20211 minমুখাএখন মুখা… সেই মুখাৰ আঁৰত থাকে কেইবাখনো মুখা নেদেখা মুখ,অচিনা মুখা দিনক ৰাতি, ৰাতিক দিন কৰিব পৰা মুখা, সঁচাৰ সূৰ্যক মিছাৰে সোপা দিব পৰা...