Sahitya ChorchaMar 23, 20211 minঅনুভৱৰ মাজতঅনুভৱৰ মাজত বিচাৰো তোমাক, তুমি দূৰলৈ গুচি নাযাবা , চুই চাব বিচাৰোঁ তোমাক , তুমি কিয় বিচৰা অন্য এখন হিয়া! মৌ মাখিয়ে ফুলৰ ৰেণু চুহি লৈ...
Sahitya ChorchaMar 23, 20211 minকবিতাৰ বাবেই মই জীয়াই আছোমই হয়তো কবিতাৰ বাবেই জীয়াই আছো কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো সঁচা মানুহৰ সঁচা...
Sahitya ChorchaMar 23, 20211 minহে শ্বহীদ প্ৰণামো তোমাকচিৰ যুগমীয়া তুমি অসমে বিচাৰে যাক, হে শ্বহীদ! সস্তাঙ্গে প্ৰণামো তোমাক। জাতি-মাটি-ভেঁটি ৰক্ষাত প্ৰাণৰ আহুতি, অকণো সংকোচ নকৰি ল’লা মৃত্যুক...
Sahitya ChorchaMar 23, 20211 minনামমাত্ৰ সেন্দুৰকবিতা ভাল পোৱা ল’ৰাটো এদিন মোৰ প্ৰেমত পৰিছিল, কলিজাটো মোৰ দুহাতত তুলি দিবলৈ উদবাউল হৈ পৰিছিল। মই ক’লো এতিয়া যে মই প্ৰেমত পৰাটো নিষিদ্ধ,...