top of page
The website is being updated and edited. Please share comments on contact page.


ভোগালীৰ ভোগ
মাটি মাহ- কাঠআলু খাঁহী মাংসৰ সোৱাদ ল’লো খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস আঁৰি মাছৰ জোল খনি গোন্ধ আছে নাকত লাগি ডেকা -বুঢ়া সবে মিলি ঢোলে-দগৰে...
Sahitya Chorcha
Jan 16, 20211 min read


শৰতৰ শব্দৰ মন্ত্ৰপাঠ
শব্দৰ গোন্ধত বিচাৰি ফুৰো তোক নষ্টালজিত বন্দী তই শৰত, তোৰ আগমনত কবিয়ে মন্ত্ৰপাঠ কৰে এক মধুৰ সানিধ্যত। আহিনৰ শীতৰ সেমেকা আকাশ প্লৱানত জোৱাৰ...
Sahitya Chorcha
Jan 16, 20211 min read


মেজিৰ জুঁইকুৰা
বাপতি সাহোন চেনেহৰ মাঘৰ বিহুটি আদৰাৰ নিমিত্তে ৰিমিয়ে পিঠাপনাবোৰ সামৰি ভাগ ভাগকৈ সজাই পৰাই ভৰাই থৈ দিলে৷ হঠাৎ হৈচৈ লাগিল। পদূলিমুখলৈ বুলি...
Sahitya Chorcha
Jan 15, 20211 min read


ধৰ্মৰ অৰ্থ বিছাৰি
বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ আকাশ...
Sahitya Chorcha
Jan 15, 20211 min read


“জীৱন এক ভেলাঘৰ”
জীৱনটো যেন এক ভেলাঘৰ! যিদৰে কাঠী-কামি ,তমাল-মাৰলি খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা চকু-মুখ নাক-কাণ ,মাংস...
Sahitya Chorcha
Jan 15, 20211 min read


ক্ৰমবিৱৰ্তন
ক’ত মোৰ সেই সপোনৰ বালিচৰ আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!! ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত.. ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ...
Sahitya Chorcha
Jan 15, 20211 min read


ভোগালী
মোৰ মন চোতালত আকৌ আহি পালেহি ভোগালী। এজাক ধুমুহাৰ দৰে গুছি যাব মোৰ হৃদয় চুৰমাৰ কৰি। ম ই আকৌ জোৰা লগাম ভগ্ন হৃদয়ৰ ভেলাঘৰৰ বেৰ নিজমহৈ পৰিব...
Sahitya Chorcha
Jan 14, 20211 min read


ভোগালীৰ শুভকামনা
আদৰৰ ভোগালী উৎসৱে সকলোকে কুশল মঙ্গলে ৰাখক তাকেই কৰিছো কামনা। ভোগালী উৎসৱৰ আনন্দ উল্লাসে প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে জুৰাই যাওক মন সৰোবৰক।...
Sahitya Chorcha
Jan 14, 20211 min read


মৰিচিকা
সোনগুটি কেইটা লৈ আঘোনৰ চোতালত সোনামুৱাৰ সপোন মুখত বিৰিঙিছে প্ৰাপ্তিৰ নিশ্বাস। বুকুৰ ঘাম মাটিত পেলাই কঢ়িয়াই অনা সোনগুটি কেইটাত কি আছে...
Sahitya Chorcha
Jan 14, 20211 min read


ভোগালীৰ উৰুকা
আহিছে বিহু ভোগালী, কুঁৱলীৰ আচ্ছাদন ফালি। সাজো গাওঁ,নগৰ, চহৰৰ ডেকা, গাভৰু, বোৱাৰী সকলো সাজো আনিব ভোগালীক আদৰি। অসমীয়াৰ চহাজীৱনৰ...
Sahitya Chorcha
Jan 13, 20211 min read


সকলোৱে মিলিজুলি বিহু
অসমীয়াৰ হিয়াৰ আমঠু বিহু তিনিটি পাতি যাওঁ আহাঁ আমি পুৰণিকলীয়া সংস্কৃতি; বহাগত ৰঙালীয়ে প্ৰেমৰ ৰঙ চটিয়াই; কাতিত কঙালীয়ে লখিমী আইৰ...
Sahitya Chorcha
Jan 13, 20211 min read


ভোগালীৰ শুভেচ্ছাৰে
ক’ত হেৰাল উদূলি মুদুলি ঢেঁকীৰ শব্দৰ পুহৰ আবেলিৰ ভোগালীৰ ওলগনি, ক’তবা হেৰাল এপুৰা মালভোগ চকোৱাৰ চিৰা খুন্দা আমাৰ ঘৰৰ ঢেঁকী শাল খন। আমাৰ...
Sahitya Chorcha
Jan 13, 20211 min read


ভোগালীৰ বতৰ
উচাহ আৰু প্ৰেমৰ নৱ প্ৰকাশ, ফৰকাল মাঘৰ মাহ ফৰকাল মনৰ নীল আকাশ। ইফাকি সিফাকিকৈ সুন্দৰ বিহুগীত গাঁও, সখা-সখী স-পৰিয়ালে ভেলাঘৰত ভোজ ভাত খাওঁ।...
Sahitya Chorcha
Jan 13, 20211 min read
আহিল বান্ধৈ ভোগালী
অতি হেপাহৰ ভোগালী বিহুটি চাওঁতে চাওঁতে পালেহি পদূলি ভোগৰ অনেক সম্ভাৰ যাওঁ গৈ বিচাৰি জহা বৰা মাহ তিল ৰু বাছমতী আনিম মোনা ভৰাই পালিম আপোন...
Sahitya Chorcha
Jan 13, 20211 min read


পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ
ভাৰতৰ যুৱ শক্তি জগাই তোলা দেশ মাতৃক অন্তঃকৰনে সেৱা কৰা পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ আহ্বান জনাইছিল যুৱ শক্তিক সঁহাৰি জনাইছিল বহুজনে। দেশ...
Sahitya Chorcha
Jan 13, 20211 min read


আঘোণৰ ধাননিডৰা
ধৰিত্ৰীৰ বুকুত ৰুইছিলো এডৰা সেউজীয়া; ঘাঁমৰ টোপালবোৰ মাটিত পৰি হৈছিল সোণবৰণীয়া: খেতিডৰাৰ ভৰসাতে মোৰ জীৱনযাত্ৰা; বিধি পথালি যাতে নহয়...
Sahitya Chorcha
Jan 12, 20211 min read


মই আৰু মোৰ ছাঁ
মোৰ আজন্ম বন্ধু, সংগী, প্রেমিক মোৰ ছাঁ মোৰ “ছাঁ”ই মোৰ স’তে খেলে ল’ৰালিৰ লুকা-ভাকু কেতিয়াবা ছাঁ মোৰ আগে আগে যায় মোক বাট দেখুৱায় কেতিয়াবা...
Sahitya Chorcha
Jan 12, 20211 min read


কবিতা আৰু প্ৰেম
দায়িত্ব তাগিদাত নে কৰ্তব্য তাগিদাত নে নৈতিক নিয়ন্তাৰ স্বাৰ্থত, আপোচহীনতাত পকনীয়াৰ পাকৰ দৰে সোমায় পৰিলো তোক ভালপোৱাৰ বাবে। নিচাগ্ৰস্ত কেৱল...
Sahitya Chorcha
Jan 12, 20211 min read


“কলিজাত একোৰা জুই”
চকুত চকু থৈ—– বাৰে বাৰে আমনি কৰে! মোৰ হৃদয়ৰ—— এটা কোণত বন্দী চিনাকী মুখৰ সেই অচিনাকী মানুহ জন। বাৰে বাৰে বিচাৰে—— মোৰ সেই আছুতীয়া...
Sahitya Chorcha
Jan 12, 20211 min read


নালাগে
নালাগে তোৰ মৰম নালাগে তোৰ প্ৰেৰণা তই বিহীন এই জীৱন অকলশৰীয়া মই অকলশৰী পাৰ কৰিম জীৱন নালাগে তোৰ মিচিকিয়া হাঁহি নালাগে তোৰ দুবাহু পৰশ...
Sahitya Chorcha
Jan 12, 20211 min read
bottom of page
