top of page

আশা

  • Sahitya Chorcha
  • Dec 30, 2020
  • 1 min read

মুক্ত মনেৰে আজি হওঁ দোৰ আকাশ খনলৈ ছাই আছো তৰা ভোৰ ওলোৱা দেখি। মোৰ মনতো নহয় আকাশ খনৰ দৰে ফৰকাল তোমাৰ ফোন কলৰ বাবে অপেক্ষা কৰি আছো। তুমি হয়টো পাহৰি যোৱা মোক মই পাহৰিব নোৱাৰোঁ তোমাক। আনৰ দৰে অভিনয় কৰিব নোৱাৰোঁ তোমাক ভাল পোৱাৰ হৈছে মনৰ কথাবোৰ খোলী ক’ব খুজু। ভাবো কেতিয়াবা মইয়ে তোমালৈ ফোন এটা কৰোঁ নেকি কিন্তু মনতো বহু প্ৰশ্ন বেৰি ধৰে জানা কিজানি তুমি কিবা কামত বিজি হয় আছা। যদি পাহৰিব খোজিছা তেন্তে পাহৰি যোৱা মই নকৰোঁ আমনি। আশা কৰিলোঁ ফোন কৰিবা মোলৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page