top of page

মুখা

সপোনত এদিন যাম তোমাৰ সৌন্দৰ্য্যশালী মুখাৰ আঁৰত থকা মুখা বিচাৰি। ৰূপোৱালী জোনৰ এমুঠি পোহৰ লৈ জোনাকী বাটেৰে যাম তোমাৰ কাষলে। তোমাৰ সেই অভিনয়ৰ সোনালী বেশ বিচাৰি থিতাপি ল’ম তোমাৰ কাষত লগ হ’ম সাগৰ সংগমত। চাম একে থিৰে তোমাৰ সেই অভিনয়ৰ পাতনি, আকাশী লতা হৈ বগাই যাম সপোনত এদিন তোমাক বিচাৰি। চাম প্ৰাণ ভৰি, মুখাৰ আঁৰত থকা অভিনয়ৰ মুখা খুলি।
0 views0 comments

Related Posts

See All

Kommentare


bottom of page