top of page

বৰষা

  • Sahitya Chorcha
  • May 14, 2021
  • 1 min read

“পুৱা” বৰষুণ জাক বুকুত যেতিয়া সৰে ভাল লাগে সেই জাক বৰষুণত তিতিবলৈ উতনুৱা কলিজাখন শীতল কৰি আবেগ বোৰ উটাই লৈ যায় জান জুৰি নৈৰ বুকুলৈ পবিত্ৰ হয় মোৰ হৃদয় আশাৰ ভৰা এবুকু সোনালী সপোন।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page