top of page

নাৰী

  • Sahitya Chorcha
  • Jan 20, 2021
  • 1 min read

মানুহে কিয় কয় তোমাৰ নাৰী হিচাপে নিজস্ব নাই তোমাক দেখি পৃথিৱী চলে নাৰীৰ পিছে পিছে।

মোৰ দেউতাৰ ঘৰৰ লক্ষ্য মই স্বামীৰ ঘৰৰ অন্নপূৰ্ণা ল’ৰাৰ ঘৰত জন্ম মোৰ মোৰ অবিহনে সংসাৰ অপূৰ্ণ

মোৰ অবিহনে আপোন কৰিব পাৰিব কোনো কোনো পাৰিব আজি দেউতাৰ ঘৰ এৰিওঁ আনকি বান্ধি ৰাখিছোঁ

গোত্ৰ পৰা গোত্ৰান্তৰ যদিওঁ মই হয় তথাপিও যেন মাননী হৈ সকলো দুঃখ সহ্য কৰো

ভাৰতমাতা সেই নাৰী নাৰী জগতৰ মাতৃ নাৰী হ’ল এই পৃথিৱী সকলোৰে জন্মদাত্ৰী

পুৰুষ তান্ত্ৰিক সমাজ তুমি পুৰুষক ডাঙৰ কৰি জানে থোৱা সেই পুৰুষৰ নাৰীৰ গৰ্ভে ধাৰণ কৰে

মহাকাল মোৰ পায় পদতলে শায়িত চিৰকাল মোৰ অবিহনে এই সংসাৰত সকলো এদিন হ’ব অচল

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page