তুমি
- Sahitya Chorcha
- Jan 18, 2021
- 1 min read
তুমি সাগৰৰ গভীৰতা জুখিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ ভাল পোৱা জুখিব পাৰিবা
তুমি বৰফ হৈ হিমালয়ত উঠিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ শীতলতা বুজিব পাৰিবা
তুমি জুইৰ হেলিহান শিখা সহ্য কৰিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ তীব্ৰদাহ বুজিব পাৰিবা
তুমি গভীৰ পাহাৰৰ মৌনতা বুজিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ হৃদয়ৰ নিস্তব্দতা বুজিব পাৰিবা
তুমি কি আকাশৰ নীনগুনা কি জুখিব পৰা তাৰ মানে এইটো নহয় যে এতিয়া তুমি মোৰ অন্তৰৰ ঠিকনা বিচাৰি পাবা।
Kommentare