top of page

তুমি

তুমি সাগৰৰ গভীৰতা জুখিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ ভাল পোৱা জুখিব পাৰিবা

তুমি বৰফ হৈ হিমালয়ত উঠিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ শীতলতা বুজিব পাৰিবা

তুমি জুইৰ হেলিহান শিখা সহ্য কৰিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ প্ৰেমৰ তীব্ৰদাহ বুজিব পাৰিবা

তুমি গভীৰ পাহাৰৰ মৌনতা বুজিব পৰা তাৰ মানে এইটো নহয় তুমি মোৰ হৃদয়ৰ নিস্তব্দতা বুজিব পাৰিবা

তুমি কি আকাশৰ নীনগুনা কি জুখিব পৰা তাৰ মানে এইটো নহয় যে এতিয়া তুমি মোৰ অন্তৰৰ ঠিকনা বিচাৰি পাবা।

1 view0 comments

Related Posts

See All

Comments


bottom of page