top of page

তুমি

অনুৰাধা, নভোমণ্ডলৰ সপ্তদশ এটি নক্ষত্ৰ তুমি! কোমল সিদ্ধ তুমি এটি উশাহ:

সেই উশাহৰ বুকুতে মই, তোমাৰ ওঁঠত উশাহ লৈ আছো তুমি এৰি দিয়া নিশ্বাস-

তুমিতো জানাই!

তুমি একেই নিশ্বাসত মোৰ বুকুত খুপি খুপি মেৰিয়াই ল’লা এটি মিঠা জোনাক হৈ

সুখ-দুখ তোমাৰ মোৰ যেন আজন্ম লগৰীয়া- ঘৃণা -অপবাদও যেন ভগৱানেৰেই দান!

নিৰংকুশ তুমি মই!

#assamesekobita #axomiyakobita #SahityaChorcha #tumi

0 views0 comments

Related Posts

See All
bottom of page