top of page

বন্ধু

  • Sahitya Chorcha
  • Jan 18, 2021
  • 1 min read

যেতিয়া মই পীড়াত থাকোঁ মোৰ বন্ধু মোৰ ঔষধ হোৱা উচিত।

যেতিয়া মই দুখত থাকোঁ মোৰ বন্ধু মোৰ হাঁহি হোৱা উচিত ।

যেতিয়া মই ক্লান্ত হওঁ মোৰ বন্ধু মোৰ গছৰ ছাঁ হোৱা উচিত।

যেতিয়া মই দূৰত থাকোঁ মোৰ বন্ধু মোৰ চিঠি হোৱা উচিত।

যেতিয়া মই কামত থাকোঁ মোৰ বন্ধু মোৰ মনযোগ হোৱা উচিত।

যেতিয়া মই সমস্যাত থাকোঁ মোৰ বন্ধু মোৰ আশ্ৰয় হোৱা উচিত।

যেতিয়া মই পিয়াহত থাকোঁ মোৰ বন্ধু মোৰ পানী হোৱা উচিত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page