top of page

ৰোমন্থন

অতীত লৈ ৰোমন্থন!! মই নিবিচাৰকৈ তোমাৰ দুচকুৰ প্ৰেমত পৰোঁ! অস্পষ্ট হৈ পৰে পৃথিৱীখন, তোমাৰ হাঁহিৰ ভাজত……. অকলশৰীয়া ডাৱৰৰ টোপোলা নিবিৰ আকাশত বিয়পে।

জোনাকৰ পৰিধি হৈ বিচাৰে… হিম হৈ কান্দে!!! প্ৰতিটো পুৱা শৰতৰ শুকান চালত ওলমে ৰদালিৰ ৰঙা নীলা সপোনে!! আৰু ৰোমন্থন কৰে…… শুকুলা মেঘৰ মাজত লুকাই থকা কত স্মৃতি!!!

0 views0 comments

Related Posts

See All

Comments


bottom of page