মহান আত্মাৰ অধিকাৰি হৈ হে মহান শিল্পী ! কৰিলা সকলোৰে অন্তৰ জয়| তোমাৰ গীতৰ মূৰ্চনাৰে প্ৰতিধ্বনিত হৈছে সমগ্ৰ আকাশ-বতাহ| গীতৰ অমীয়া সুৰে মুহিলা সমগ্ৰ বিশ্বক| গীত,কবিতাৰ তালে তালে লয়ে লয়ে উদ্বুদ্ধ হ’ল সকলোৰে অন্তৰ | দি গ’লা সঞ্জীৱনী শক্তি, জগাই তুলিলা সুপ্ত উদ্বীপনা, দেশপ্ৰেমত হ’ল উদ্বুদ্ধ জন-গণ | নাটকেৰে দি গ’লা সংস্কৃতিৰ ভাণ্ডাৰ | গীত,নৃত্য ,কবিতা ,নাটকেৰে চহকী কৰি গ’লা সাহিত্য-সংস্কৃতিৰ ভঁৰাল | হে মহান !শ্ৰদ্ধাৰে জনাইছো প্ৰণাম , যুগে যুগে হোৱা তুমি চিৰ জ্যোতিস্মান|
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comments