top of page

হে শ্বহীদ প্ৰণামো তোমাক

চিৰ যুগমীয়া তুমি অসমে বিচাৰে যাক, হে শ্বহীদ! সস্তাঙ্গে প্ৰণামো তোমাক।

জাতি-মাটি-ভেঁটি ৰক্ষাত প্ৰাণৰ আহুতি, অকণো সংকোচ নকৰি ল’লা মৃত্যুক সাৱটি।

অসমবাসীৰ স্মৃতিত আজীৱন তোমাৰেই নাম, অসমী আইৰ সন্তান তোমাক সশ্ৰদ্ধ প্ৰণাম।

0 views0 comments

Related Posts

See All

Comments


bottom of page