হে শ্বহীদ প্ৰণামো তোমাক
- Sahitya Chorcha
- Mar 23, 2021
- 1 min read
চিৰ যুগমীয়া তুমি অসমে বিচাৰে যাক, হে শ্বহীদ! সস্তাঙ্গে প্ৰণামো তোমাক।
জাতি-মাটি-ভেঁটি ৰক্ষাত প্ৰাণৰ আহুতি, অকণো সংকোচ নকৰি ল’লা মৃত্যুক সাৱটি।
অসমবাসীৰ স্মৃতিত আজীৱন তোমাৰেই নাম, অসমী আইৰ সন্তান তোমাক সশ্ৰদ্ধ প্ৰণাম।
Comments