হোমেন বৰগোহাঞিদেৱ
- Sahitya Chorcha
- May 13, 2021
- 1 min read
বাল্য কালৰে পৰা সাহিত্য চৰ্চাত অনুৰক্ত, নৱীন সমসাময়িক লিখনিৰে উজ্জ্বলিত জ্যোতিষ্মান ব্যক্তিত্ব।
অন্যতম সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য সমৃদ্ধ, তেখেতৰ বহুমূখী প্ৰতিভাত সাহিত্য প্ৰেমিক মন্ত্ৰমুগ্ধ।
অসম সাহিত্য সভাৰ যদিও সমালোচক আজীৱন, সভাপতি হিচাপে নিৰ্বাচিত হৈ কৰে দায়িত্ব গ্ৰহণ।
বৰগোহাঞিদেৱৰ জীৱন সাহিত্যৰ পৰিপুষ্টি সাধনত, তেখেতৰ সাহিত্য পুঁজিৰে জিলিকিছে অসম উচ্চ শিখৰত।
তেখেত জাতিৰ অভিভাৱক মহান সাহিত্যৰ বৈৰাগী, শোকত স্তব্ধ মৰ্মাহত অসমীয়া সাহিত্যৰ অনুৰাগী।
Коментарі