top of page

হিমগিৰি

  • Jan 5, 2021
  • 1 min read

কোন তুমি তপ্যসী! কিনো কৰিছা ধ্যান যুগ যুগ ধৰি তোমাৰ সুভ্ৰ কোমল দেহাৰে কৰিছা ধ্যান। তুমি ভাৰতৰ অতেন্দ্ৰীয় পহৰি হৈ ৰক্ষা কৰি আছা ভাৰতবাসীক। তোমাৰ সুভ্ৰ কেশেৰে বৈ আহে অনন্ত ঢাৰা বিশাল জলৰাশি। হেৰা তপ্যসী তুমি সৃষ্টিকাৰি বিষন্নবাদীহৈ ধংসকাৰি। তোমাৰ বুকুতে সৃষ্টি নানান সভ্যতাৰ সাহিত্য সংস্কৃতি। ধন্য তুমি হিমগিৰি ধন্য।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page