নিশা আকাশত অযুঁত তৰাৰ ধেমালি দেখি মোৰ আকাশ চুবৰ মন।
নিজান ৰাতি সপোন দেখিছো কাৰেঙ ঘৰ সাঁজিছো তাতো জীৰাৱৰ মন।
মনৰ বাসনাত শিপা মেলিছে মুখত বিৰিঙিছে হাঁহি কঁহুৱা বিৰিণাৰ বা লৱলৈ নৈৰ চাপৰিত বহি।
#SahityaChorcha #hepahorhopun #poetry #axomiyakobita #assamesekobita