top of page

হেঁপাহৰ সপোন

নিশা আকাশত অযুঁত তৰাৰ ধেমালি দেখি মোৰ আকাশ চুবৰ মন।

নিজান ৰাতি সপোন দেখিছো কাৰেঙ ঘৰ সাঁজিছো তাতো জীৰাৱৰ মন।

মনৰ বাসনাত শিপা মেলিছে মুখত বিৰিঙিছে হাঁহি কঁহুৱা বিৰিণাৰ বা লৱলৈ নৈৰ চাপৰিত বহি।

0 views0 comments

Related Posts

See All

Comentários


bottom of page