top of page

স্বাগতম ২০২১

  • Sahitya Chorcha
  • Jan 2, 2021
  • 1 min read

শীতৰ স্নিগ্ধ পৰশত উদ্ভাসিত প্ৰতিটো ক্ষণ জীৱনৰ আঁউসী বিলীন হৈ জোনাকৰ লহৰ সানি জীৱন্ত হওঁক প্ৰতিটো মধুৰ দিন।

কি আছিল কাম্য নহয় কি হ’ব তাৰেই আশাত নতুনৰ সন্ধান বিছাৰি আগুৱাই যোৱাই জীৱন পৰিক্ৰমাৰ এখনি নীলা নিভাঁজ পৃথিৱী।

য’ত সৃষ্টিৰ কঠিয়া নাই তাত অংকুৰণ হ’ব কেনেকৈ, য’ত আশা নাই তাত সপোন দেখিব কেনেকৈ নতুন সৃষ্টি, নতুন আশা লৈ নতুনক আঁদৰি বিদায় অভিশপ্ত ২০২০।

תגובות


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page