সাতভনী
- Feb 6, 2021
- 1 min read
আছিল অসম আমাৰ সাতভনীৰ সম্প্ৰিতীৰ ঠাই দেখি বিদেশীৰ চকু পুৰিল লাগিল খেলিমেলি ভাই! বান্ধোনৰ এনাজৰিদাল আমাৰ থান্ বান্ কৰিলে! উন্নতিৰ জখলাদাল বাগৰি পৰিলে।
হিংসা কৰাহে টান বন্ধু বিবেকক অশান্তি কৰে হিয়া উজাৰি মৰম বিলোৱা বন্ধু শান্তিত চকুলো সৰে;
অপৰাধে আনে অপৰাধিৰ সঙ্গ জীৱন কৰে লণ্ড – ভণ্ড সৎ কৰ্মৰে সৎ সঙ্গ লোৱা বুকুজোৰাই লভা আনন্দ




Comments