top of page

সুগন্ধিশূণ্য ফুলৰ দৰে

  • Sahitya Chorcha
  • Jan 11, 2021
  • 1 min read

জ্ঞান বুদ্ধিহীন সুবলিত সুকুমাৰ যৌৱন সুগন্ধি শূন্য ফুলৰ দৰে জ্ঞানেহে মানুহক সুন্দৰ মাধুৰ্যমণ্ডিত কৰে বাহ্যঅভ্যান্তৰে সৰ্বকালে

সৌন্দৰ্যৰ আকৰ্ষণত কেতিয়াও স্থায়িত্ব নেথাকে কামনা বাসনাৰ ধুমুহাহে বলে যৌৱন সৌন্দৰ্য আৰূ জ্ঞান গভীৰত্ব একত্ৰ হ’লে আদৰ সন্মানে তাৰ পিছ নেৰে

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page