স্খলনৰ পটভূমিত মানৱতা
- Sahitya Chorcha
- Apr 6, 2021
- 1 min read
আধুনিকতাৰ মৰিচিকা ব্যক্তিকেন্দ্ৰিক-অনুশাসনহীনতা, জীৱন কৰ্মৰ সাৰশূন্যতা ভৱিষ্যত অনিশ্চয়তা অনিৰাপত্তা
সকলো আশা নির্বাপনত হতাশা অসায়তা, সামঞ্জস্যহীন স্বপ্নদৃশ্য অৰ্থহীন ব্যতিব্যস্ততা।
যুদ্ধোত্তৰ ধ্বংসৰ গৰাহত মানৱ জীৱনৰ বিচ্ছিন্নতা, সৰ্বাঙ্গীন পৰিস্থিতিৰ অৱনতি অস্ত্ৰ নিৰ্মাণৰ প্ৰতিযোগিতা।
অৱক্ষয় চেতনাস্ৰোত মানুহৰ অক্ষমতা, প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি স্খলনৰ পটভূমিত মানৱতা।
Komentar