top of page

সৰু কবিতা

  • Sahitya Chorcha
  • Jan 21, 2021
  • 1 min read

(১) নিভাঁজ মনোমোহা হাঁহিটোৰ বাবে নিভাঁজ মনোমোহা হাঁহি টোৰ বাবে জীৱনৰ শিলাময় পথবোৰো পাৰ কৰিব পাৰো হেলাৰঙে। (২) কণ কণ ভৰি তোমাৰ কণ কণ হাত চকুৰে প্ৰভাত বিলোৱা হাহিঁটিৰে সৰগ দেখুৱা (৩) জীৱনৰ এনে অনুপম তৃষা জীৱনৰ এনে অনুপম তৃষা তোমাক নেদেখোটোতে নাছিলে আশা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page