top of page

শ্বহীদ কুশল কোঁৱৰ

  • Sahitya Chorcha
  • Jun 27, 2021
  • 1 min read

আজি সুঁৱৰিছো তোমাক সুঁৱৰিছো তোমাৰ মহান বলিদানক, আজি গভীৰ শ্ৰদ্ধাঞ্জলিৰে সুঁৱৰিছো অসমৰ মহান সন্তানক।

সামাজিক কৰ্মৰ স্বাৰ্থত নিজৰ চাকৰিও ত্যাগ কৰে, স্বাধীনতা আন্দোলনত জঁপিয়াই শেষত ফাঁচিকাঠ বৰণ কৰে।

আছিল দৃঢ় বিশ্বাসী অহিংস আন্দোলনৰ, আদৰ্শৱান স্বাধীনতা সংগ্ৰামী আমাৰ শ্বহীদ কুশল কোঁৱৰ।

তেওঁ এগৰাকী সাহসী নেতা আছিল নিষ্ঠাৱান ব্যক্তি, শত শত নমন কোঁৱৰদেৱ মহান তোমাৰ দেশভক্তি।

Comentarios


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page