top of page

শীতৰ ঠেৰেঙা লগা পুৱা

কুঁৱলীৰ মুকুটা সৰে দুৱৰি বনত শীতৰ সেমেকা পথত, এচপৰা শেলুৱৈ ধৰা শিলৰ ফাঁকত শব্দ বুটলি ওৰে দিন ওৰে ৰাতি উজাগৰে পাৰ কৰি, দেহত শীতৰ শিহৰণ লৈ, শীতৰ দোমোজাত পৰি, কোমল ৰ’দৰ জিলিঙনিত দেহত উম লৈ, শেলুৱৈ ধৰা শিলৰ চপৰাত বহি, নীৰৱে লিখিলোঁ এটি বিষাদ ভৰা কবিতা। মইটো নহয় প্ৰতিমা, বুজি পাওঁ দেহৰ শিহৰণ উতলা যৌৱনৰ কথা। সেয়েহে লিখিছো দাৰি কমা চন্দ্ৰ হীন সবিতাৰ কথা।

0 views0 comments

Related Posts

See All

Comentários


bottom of page