শিক্ষাগুৰুৰ মাহাত্য
- Sahitya Chorcha
- Jan 4, 2021
- 1 min read
শিক্ষাগুৰুৰ জুলুঙা ফুটি তপতপকৈ বৰষিব জ্ঞানবৃষ্টি জ্ঞানপিপাসুৱে বুটলিব থপাথপি
গুৰুৱে জ্ঞানবৃক্ষ লগাব শিষ্যই প্ৰতিপালন কৰিব নৱাগতে সোৱাদ লভিব
জ্ঞানৰ সুৰুজেও ভুমুকিয়াব অন্ধকাৰৰ দেৱাল ভাঙি সৰ্বদিশে মানৱতাই উকিয়াব
Comments