top of page

শিক্ষাগুৰুৰ মাহাত্য

শিক্ষাগুৰুৰ জুলুঙা ফুটি তপতপকৈ বৰষিব জ্ঞানবৃষ্টি জ্ঞানপিপাসুৱে বুটলিব থপাথপি

গুৰুৱে জ্ঞানবৃক্ষ লগাব শিষ্যই প্ৰতিপালন কৰিব নৱাগতে সোৱাদ লভিব

জ্ঞানৰ সুৰুজেও ভুমুকিয়াব অন্ধকাৰৰ দেৱাল ভাঙি সৰ্বদিশে মানৱতাই উকিয়াব

0 views0 comments

Related Posts

See All

ความคิดเห็น


bottom of page