top of page

লক্ষ্য

লক্ষ্য বুলি মনৰ ভিতৰত যেতিয়া অলপো নাথাকে স্বাৰ্থ হিংসাৰ লোভে চাৰিওফালৰ পৰা খোঁজে খোঁজে আগুৰি ধৰে

ভৰা সংসাৰ ভাগ ল’বলৈ যিদৰে মনত আহে কূচিন্তা সেই সংসাৰত দূ‍ঃখ থাকিলে কোনেওঁ নাথাকে লগত

স্বাৰ্থপৰৰ সদায় লক্ষ্য থাকে পাৱ লগা বুজি ল’বলৈ সিহঁত কেতিয়াওঁ নাভাবে নিজৰ কৰ্তব্য

সংসাৰৰ কিছু দিবলৈ বীৰ শ্বহীদৰ বুকূৰ ৰক্ত দেশ স্বাধীন কৰি গড়ি দিছিল সুখৰ স্বৰ্গ

সিহঁতৰ কথা মুখত নলবি অন্তৰে দি নাম দিয়ে নিজৰ দেশক কুলষিত কৰি কলঙ্গিত কৰে

#assamesekobita #axomiyakobita #lakhya #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page