মোৰ দেশ
- Sahitya Chorcha
- Dec 27, 2020
- 1 min read
মই জন্মলভা মোৰ শ্যামলী দেশ, সনাতন সংস্কৃতিৰে উদ্ভাসিত মোৰ দেশ।
যুগ-যুগ ধৰি ভগৱানৰ লীলাভূমি, মোৰ দেশ; মহা মহা ঋষিমুণি, মহা মনীষীৰ চিৰ আৰাধ্য পৱিত্র ভূমি মোৰ দেশ।
শত-সহস্র বিধর্মীৰ আক্রমণেও টলাব নোৱাৰা বীৰভূমি মোৰ দেশ।
মোৰ দেশৰ প্রতিটো ধূলিকণাৰ ৰন্ধ্রে ৰন্ধ্রে পাওঁ মই দেশমাতৃক পূজাঁ কৰাৰ দূর্নিবাৰ আকুলতা।
শত সহস্র জনমৰ অন্তত আমাৰ জনম এই পূণ্য ভাৰত ভূমিত।
Komentáře