top of page

“মৃত্যুৰ চিঞৰ”

আগতে শুনিছিলোঁ কিতাপ-পত্ৰত পঢ়িছিলোঁ এতিয়া স্বচক্ষে দেখিছোঁ মৃত্যুৰ চিঞৰ চৌদিশে ৷ তুমিও শুনিছা ময়ো শুনিছোঁ এইয়াই নেকি মৃত্যুৰ বিভীষিকা

মৰিম এদিন সঁচা কথা কিন্তু এনেকৈনো মানুহ মৰে মৰিবৰ মন নাই মোৰ এই দৰে, এনেকৈ মৃত্যুৰ ভয় জাগিছে মোৰ৷ মই মোৰ অন্তৰ-আত্মাত এতিয়া নিজেই শুনিছোঁ৷ মোৰ মৃত্যুৰ চিঞৰ৷

0 views0 comments

Related Posts

See All

Комментарии


bottom of page