top of page

“মৃত্যুৰ চিঞৰ”

  • Sahitya Chorcha
  • May 9, 2021
  • 1 min read

আগতে শুনিছিলোঁ কিতাপ-পত্ৰত পঢ়িছিলোঁ এতিয়া স্বচক্ষে দেখিছোঁ মৃত্যুৰ চিঞৰ চৌদিশে ৷ তুমিও শুনিছা ময়ো শুনিছোঁ এইয়াই নেকি মৃত্যুৰ বিভীষিকা

মৰিম এদিন সঁচা কথা কিন্তু এনেকৈনো মানুহ মৰে মৰিবৰ মন নাই মোৰ এই দৰে, এনেকৈ মৃত্যুৰ ভয় জাগিছে মোৰ৷ মই মোৰ অন্তৰ-আত্মাত এতিয়া নিজেই শুনিছোঁ৷ মোৰ মৃত্যুৰ চিঞৰ৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page