মৃত্যু
- Sahitya Chorcha
- Dec 26, 2020
- 1 min read
মৃত্যুয়ে কেতিয়া পাৰিব কিৰিলি বন্ধু ক’ব পাৰিবা জানো তুমি !!! মায়াসনা পৃথিৱীৰ সকলো মায়া মোহ এৰি যাব যে লাগিব আমি !! হয়তো কোনোবা আগত হয়তো কোনোবা পাছত , যাবয়ে লাগিব আমি কান্দিব বন্ধু সকলোয়ে এদিন আপোনজনক হেৰুৱাৰ বেদনাত ;;;;;;;;;; তুমি ও কান্দিবা এদিন বন্ধু যিদিনা যামগৈ মই মায়াময় পৃথিৱীত সকলোকে এৰি ;;;;;; জীৱনৰ ভৰসা নাই আজি আছো , কালি নাই এইয়াই জীৱন হাই হাই !!!!
তৰা হৈ জিলিকিম নীল আকাশত!!!! ৰ” লাগি চাই ৰ’ম তোমালোকক এটা কথা কৈ যাওঁ বন্ধু বিদায় দিবা মোক হাঁহি মুখত ৰাখিবা সদায় মোক তোমালোকৰ হিয়াৰ একোণত—– আহিলো বন্ধু মাগিছো বিদায়। বিদায়। চিৰবিদায়।
Comments