মুক্তি
- Sahitya Chorcha
- Jan 18, 2021
- 1 min read
ঘূৰ অন্ধকাৰৰ কাৰাগাৰত বন্দি তুমি, পিতৃৰ মমতাত পুত্ৰক বঞ্চিত কৰিলা আজি পুত্ৰৰ স্নেহত মাতৃৰ জ্বলিছে বন্তি গোখাঁইৰ। থাপনাৰ যোগে যোগে জ্বলি অহা বন্তিগচিৰ চৌধশ কৌটি পুৰুষটো মুক্তি নাপাবা তুমি।
The website is being updated and edited. Please share comments on contact page.

Comments