মৰমৰ পিতি
- Sahitya Chorcha
- Jul 24, 2021
- 1 min read
পিতিয়ে তোক লেগি এই শাওঁনৰ মাহত বৰকে মনত পচ্ছি য়ে।
ক্যা জানা? তই পথাৰোত কৈঠা ৰুবাৰ কাৰাণে বোকা দিয়া মৈ খানত আমাক যি উঠে দিছলি মস্তো ভাল লাগছিল।
পকা কঠালটো ভাঙি চৈৰাটোত লৈ খাই খাই শেষ কৈৰবা নল্লি তই কম গালি দিছলি।
বোকা চাউলেদি আইঠাকল সানি খাই বৰ স’দ লাগিছিল গৰ গৰকে এক কাঁহী খাই দিছলু।
তই আমাক এৰি যাবাৰ দিনাৰ পাৰাই এগলাখান চব সোপানৰ নিচনা লাগে।
সেই দেখি এই শাওঁনৰ মাহটোত তোক লাগি ইমান মনত পৰছি বুকুখান গোটাই ভাঙি যাবা খুজে চকুইদি সৰসৰকে পানী ববা ধৰে।
হবোদে তই য’তেই আছা শান্তিত থাক তাৰে পাৰাই আমাক আশীৰ্বাদ দি থাকবি তাকেই কামনা কছ্ছু।
コメント