মন যায়
- Jan 27, 2021
- 1 min read
“মন যায় নৈৰ বালিচৰত বহি অতীত ৰোমন্থন কৰিবলৈ,
মন যায় ওৰে দিন ওৰে ৰাতি বালিচৰত লেপেটা কাঢ়ি বিষাদৰ ভৰা হৃদয়ৰ ছবি বোৰ আলসুৱা বালিত আঁকি নৈৰ বুকুত উটাই দিবলৈ।
মন যায় মায়া মই ৰূপালী জোনাক দুহাতেৰে বুটলি বুকুত সাৱতি লবলৈ।
The website is being updated and edited. Please share comments on contact page.

Comments