top of page

মই তোমাকে কৈছো

  • Sahitya Chorcha
  • Dec 24, 2020
  • 1 min read

আছেনে হিয়াত তোমাৰ সেই পৰশমনি যত গলাব পাৰি আপোন হৃদয়খনি ।

আভিজাত্যৰ আবিৰ সানি কোনেও নেদেখে প্ৰিয়া ফাগুনৰ নঙঠা ডালত বহাগৰ সেউজীয়া ৰং।

প্ৰাপ্তিৰে কিয়নো বিচৰা প্ৰেমৰ ঠিকনা তুমি ত্যাগেৰে বিচাৰি চোৱা হীৰা হৈ জিলিকিবা তুমি।

ফুল হৈ ফুলি ৰোৱা নন্দন বনত তুমি সুবাস হৈ বিলাই দিয়া সুগন্ধি ধৰাত।

Comentarios


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page