top of page

মই উৰন্ত পক্ষী

  • Sahitya Chorcha
  • Apr 24, 2021
  • 1 min read

মই উৰি ফুৰা উৰন্ত পক্ষী, মোক জানো গছৰ ডালত বিচাৰি পাবানে সখী?

মোৰ হতে যদি খোজা উমলিব, মোৰ সমানে সমানে তুমিও উৰিব লাগিব।

ৰাখিব নালাগে মোক ভুৱা প্ৰতিশ্ৰুতিৰ শলাগত, জীৱিত তেতিয়ালৈকেহে যেতিয়ালৈ আছোঁ আকাশত।

উৰা থামিলেই ডেউকা সৰিব, মৃত্যুৰ জলন্ত বহ্নিক সাৱটিব লাগিব।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page