top of page

ভাদৰ হৰিধ্বনি

  • Sahitya Chorcha
  • Aug 25, 2021
  • 1 min read

প্ৰবিত্ৰ ভাদ হৰি কীৰ্তন ধ্বনি নামঘৰ চৌদিশে আকাশে-বতাহে ঈশ্বৰ কৃষ্ণৰ গুণ যশ কীৰ্ত্তন- –

ভাদৰ আবেলি- – – – আকাশৰ কোলাৰ পৰা বোৱতী পানী হৈ ৰৈ বৈ আহে ৰসময় প্ৰেম ভকতৰ হিয়াৰ অন্তঃগহ্বলৈ

সু-হৃদয়ৰ সম্বন্বয় ঐক্যতা ভকতিৰসৰ সবল এনাজৰী চিৰসেউজীয়া ৰূপ- – – গুৰুজনাৰ – – – সৃষ্টিৰ

অমৃতৰ নদী প্ৰেমৰ ঢল পাৰ ভাঙি বৈ আহে আই বাপ বৈষ্ণৱৰ ধ্বনি বুকুৰ চুবুৰি খহাই আমিয়া ভক্তিৰ সুৰধ্বনি – – – –

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page