top of page

ভোকৰ ভাত

জোনাকী পৰুৱাই জিলিকাই আন্ধাৰত হেৰোৱা পথ গতিময় হয় খোজ।

দূৰৈৰ পঁজাত জিলিকা টিপচাকিয়ে দিয়ে সিঁহৰণ ভৰাই হিয়াৰ কৰণি।

অনাবিল তৃপ্তিৰ এসাঁজ ভোকৰ ভাতত বিচাৰো সোৱাদৰ এমোকোৰা হাঁহি।

#assamesekobita #axomiyakobita #bhukarbhat #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page