ব্ৰহ্মাণ্ডৰ অভিমুখী যাত্ৰী
- Sahitya Chorcha
- Mar 2, 2021
- 1 min read
মোৰ স্বপ্নৰ তালিকাত লওক সুখময় জগত গঢ়, নিজান গ্ৰহত হওক আমাৰ এটি সৰু ঘৰ।
ধৰাৰ হাই হুৰুমীত অতিষ্ঠ মোৰ আত্মা, তোমাৰ সতে বিলীন হম হে পিতামহি পৰমাত্মা!
চাৰিও দিকে ত্ৰাহি তাড়নাত কম্পিত ধৰিত্ৰী, সকলো ত্যাগি মই ব্ৰহ্মাণ্ডৰ অভিমুখী যাত্ৰী।
Comments