top of page

বিষাক্ত মাদক দ্ৰব্য

  • Sahitya Chorcha
  • Feb 4, 2021
  • 1 min read

মাতাল নৱ যুৱ প্ৰজন্ম গভীৰ নিচাত, সা-সম্পত্তি বিক্ৰী আবেগৰ হেঁচাত।

অত্যন্ত ক্ষতিকাৰক মাদকদ্ৰৱ্য দেহত, যদিও স্পষ্টভাৱে লিখিত মাদকদ্ৰব্যত।

জানি বুজি দিয়ে খালত জাপ, জীৱন বিষাক্ত মাদকদ্ৰব্য বিষাক্ত সাপ।

ৰাস্তা ঘাটে মাদকদ্ৰব্যৰ সহজলভ্যতা, দিনক দিনে বৃদ্ধি সমাজৰ বিশৃঙ্খলতা।

নদমেই নদমে প্ৰশাসনৰ হাতত, দমনৰ বাবে নহয় কঠোৰ আইনৰ বলৱত।

কলুষিত দ্ৰৱ্য সেৱনেৰে জীৱন শৈলী চয়ন, নষ্ট পৰিয়ালৰ সামগ্ৰিক উন্নয়ন।

মৃত্যুৰ মুখত যুৱ বাঢ়িছে দ্ৰুত গতিত, কণমানি ভুলত পৰিয়ালৰ জীৱন অশান্তিত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page